কোভিডত আক্ৰান্ত নীল পৱন বৰুৱা

pc Facebook.com

অনলাইন বাৰ্ত্তাসেৱা – অসমৰ শিল্পীসকলৰ ভিতৰৰ এজন অন্যতম শিল্পী নীল পাৱন বৰুৱা কোভিড পজিটিভ বুলি চিনাক্ত হৈছে। ৮৫ বছৰ বয়সীয়া চিত্ৰকৰগৰাকীৰ আজি ৰাতিপুৱাৰ ভাগত কৰোনা পৰীক্ষাৰ ফলাফল পজিটিভ হোৱা বুলি নিশ্চিত হৈছিল আৰু তেখেতক শিল্পকলা সমাজৰ দ্বাৰা GMCH ত ভৰ্তি কৰোৱা হয়। হস্পিতালৰ কৰ্তৃপক্ষৰ পৰা, তেখেতৰ স্বাস্থ্য বৰ্তমান ভালে থকা বুলি জানিব পৰা গৈছে।