কেৰিৱিয়ান প্ৰীমিয়াৰ লীগত ৰাছেলৰ নতুন অভিলেখ

pc Outlook India

কেৰিৱিয়ান প্ৰীমিয়াৰ লীগত ৰাছেলৰ নতুন অভিলেখ

অনলাইন বাৰ্ত্তাসেৱা- কেৰিৱিয়ান প্ৰীমিয়াৰ লীগত ৰাছেলে দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়িলে।চি পি এলৰ তৃতীয়খন মেচত জামাইকা টালাৱাছৰ লগত হোৱা মেচখনত আন্দ্ৰে ৰাছেলে দুৰ্দান্ত গতিৰে ৫০ ৰাণ সংগ্ৰহ কৰে। ১৪টা বলত অৰ্ধশতকৰ অধিকাৰী হৈ ৰাছেল। খেলৰ ১৯ অভাৰত ছেণ্ট লুছিয়া পাকিস্তানী পেচাৰ ৱাহাব ৰিয়াজৰ বলত চাৰিটাকৈ অভাৰ বাউণ্ডেৰী আৰু এটা বাউণ্ডেৰী কোবাই ৰাছেলে। খেলৰ খনৰ অন্তিম অভাৰত কেৰিবিয়ান পেচাৰ উবেড মেক্কইৰ বলত দুটা অভাৰ বাউণ্ডেৰী আৰু বাউণ্ডেৰী কোবায়। ইয়াৰ পূৰ্বে চি পি এলত জে পি ডুমিনীয়ে দ্ৰুততম অৰ্ধশতকৰ অভিলেখ গঢ়িছিল।

(RT)