কেৰালাত নতুনকৈ ২৪ হেজাৰ লোক কৰʼনাত সংক্ৰমিত

pc-BBC

কেৰালাত নতুনকৈ ২৪ হেজাৰ লোক কৰʼনাত সংক্ৰমিত

অনলাইন বাৰ্ত্তাসেৱা– কেৰালাত ২৪,২৯৬ জন লোক নতুনকৈ কৰʼনাত আক্ৰান্ত হয়। কেৰালাত কৰʼনাৰ প্ৰকোপ অব্যাহত আছে। ৩৮.৫১ লাখ লোক এতিয়ালৈ ৰাজ্যখনত কৰʼনাত সংক্ৰমিত হৈছে। মঙলবাৰে ৰাজ্যখনত ১৯,৩৪৯ জন লোক সুস্থ হৈ উঠিছে। ৰাজ্যখনত মুঠ ৩৬.৭২ লাখ লোক কৰʼনাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত ১.৫৯ লাখ লোক কৰʼনা ৰোগী চিকিৎসাধীন অৱস্থাত আছে।

 

(RT)