‘কেন্দ্ৰৰ জ্ঞাতসাৰে যদি পেগাছাছৰ হেকিং কাণ্ড হৈছে সেয়া অতি ভয়ংকৰ’-সমুজ্জ্বল ভট্টাচাৰ্য

pc-thesentinalassam

অনলাইন বাৰ্ত্তাসেৱা-  পেগাছাছৰ হেকিং সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া। ‘কেন্দ্ৰৰ জ্ঞাতসাৰে যদি এই কাণ্ড হৈছে সেয়া অতি ভয়ংকৰ’। ‘বিদেশী সংস্থাই চোৰাংচোৱাগিৰি কৰাটো অতি বিপজ্জনক’। ‘ইয়াৰ বাবে জবাবদিহি হ’ব লাগিব প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী’