কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ

অনলাইন বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় আয়ুষ আৰু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে। তেওঁ বিভিন্ন দূৰদৰ্শী পদক্ষেপৰ বিষয়ে অৱগত কৰে যে ভাৰত চৰকাৰে ৰাজ্য আৰু উত্তৰ-পূব অঞ্চলৰ জলপথ  ব্যৱহাৰৰ বাবে কাম কৰাৰ পৰিকল্পনা কৰিছে।