কেন্দ্ৰীয় বাজেট ২০২২-২৩ ফেব্ৰুৱাৰী ১ তাৰিখে উপস্থাপন কৰা হ’ব

P.c APN News

কেন্দ্ৰীয় বাজেট ২০২২-২৩ ফেব্ৰুৱাৰী ১ তাৰিখে উপস্থাপন কৰা হ’ব

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰে ১ ফেব্ৰুৱাৰীত ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উপস্থাপন কৰিব। সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম অংশ ৩১ জানুৱাৰীত আৰম্ভ হ’ব আৰু ১১ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব। অধিৱেশনৰ প্ৰথম দিনটোত চৰকাৰে অৰ্থনৈতিক সমীক্ষা উপস্থাপন কৰিব। অধিৱেশনৰ দ্বিতীয় অংশটো ১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব আৰু ৮ এপ্ৰিলত সমাপ্ত হ’ব।