কেন্দ্ৰীয় বাজেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত সহায় কৰিব: প্ৰধানমন্ত্ৰী

pc the hindu

কেন্দ্ৰীয় বাজেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত সহায় কৰিব: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় বাজেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণত সহায় কৰিব, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়। “ৰাষ্ট্ৰীয় ডিজিটেল বিশ্ববিদ্যালয় এক অভূতপূৰ্ব পদক্ষেপ। আসনৰ অভাৱৰ সমস্যাটো সমাধান কৰিব পাৰি। সীমাহীন আসন থাকিব। মই সকলো অংশীদাৰক অনুৰোধ জনাইছো যে যিমান সম্ভৱ সোনকালে ডিজিটেল বিশ্ববিদ্যালয় আৰম্ভ হোৱাটো নিশ্চিত কৰক,” প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়।