কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে ডি.এ. ১৭% ৰ পৰা ২৮% লৈ বৃদ্ধি

pc Hindustan Times.jpg

অনলাইন বাৰ্ত্তাসেৱা – কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বুধবাৰে ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ভাত্তা (ডি.এ.) ১৭% ৰ পৰা ২৮% লৈ বৃদ্ধি কৰা হৈছে। এইটো ১ জুলাই, ২০২১-ৰ পৰা প্ৰযোজ্য হ’ব। ১ জানুৱাৰী, ২০২০ ৰ পৰা ৩০ জুন, ২০২১ লৈকে কোনো বকেয়া পৰিশোধ কৰা নহ’ব।

(UD.)