কেন্দ্ৰীয় কেবিনেটে ৪৪,৬০৫ কোটি কেন-বেটৱা নদী সংযোগ প্ৰকল্পত অনুমোদন জনাইছে

Pc NDTV.Com

কেন্দ্ৰীয় কেবিনেটে ৪৪,৬০৫ কোটি কেন-বেটৱা নদী সংযোগ প্ৰকল্পত অনুমোদন জনাইছে

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় কেবিনেটে  ২০২০-২১ বৰ্ষৰ মূল্য স্তৰত ৪৪,৬০৫ কোটি  ব্যয়েৰে কেন-বেটৱা নদীৰ আন্তঃসংযোগ প্ৰকল্পৰ পুঁজি আৰু ৰূপায়ণত অনুমোদন জনাইছে। “কেবিনেটে ৩৬,২৯০ কোটি টকাৰ অনুদান আৰু ৩,০২৭ কোটি  ঋণ সামৰি ৩৯,৩১৭ কোটি  কেন্দ্ৰীয় সমৰ্থনত অনুমোদন জনাইছে,” এক চৰকাৰী বিবৃতিত পঢ়া হৈছে। প্ৰকল্পটোৰ অধীনত, কেন নদীৰ পানী বেটৱা নদীলৈ স্থানান্তৰ কৰা হ’ব।