কেতিয়াবা আমি জিকিম, কেতিয়াবা শিকিম: শচীন তেণ্ডুলকাৰ

pc Times Now

অনলাইন বাৰ্ত্তাসেৱা – টকিঅ’ অলিম্পিকত মহিলাৰ ডিচকাছ থ্ৰো ফাইনেলত ২৫ বছৰীয়া কমলপ্ৰীত কৌৰে ৬ষ্ঠ স্থান লাভ কৰাৰ পিছত প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে টুইট কৰে, “Sometimes we win, sometimes we learn. Hard luck Kamalpreet!” তেওঁ লগতে উল্লেখ কৰে, “We are proud of you for giving your best & representing India at such a big stage.” কমলপ্ৰীতে পোষ্ট কৰে তৃতীয় প্ৰচেষ্টাত ৬৩.৭০ মিটাৰৰ তেখেতৰ শ্ৰেষ্ঠ থ্ৰো।

(UD.)