কিছুমান লোকে পঞ্জাৱৰ শান্তি বিঘ্নিত কৰিব বিচাৰেঃ লুধিয়ানা বিস্ফোৰণ সন্দৰ্ভত কেজৰিৱাল

Pc Dailyindia.net

কিছুমান লোকে পঞ্জাৱৰ শান্তি বিঘ্নিত কৰিব বিচাৰেঃ লুধিয়ানা বিস্ফোৰণ সন্দৰ্ভত কেজৰিৱাল

ৰঙিলী বাৰ্ত্তাসেৱা-  আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে  পঞ্জাৱৰ লুধিয়ানাৰ জিলা আদালত চৌহদত সংঘটিত বিস্ফোৰণক গৰিহণা দিছে। কেজৰিৱালে কয়, “কিছুমান লোকে পঞ্জাৱত শান্তি বিঘ্নিত কৰিব বিচাৰে। পঞ্জাৱৰ তিনি কোটি মানুহে তেওঁলোকৰ পৰিকল্পনা সফল হ’বলৈ নিদিব। আমি ইজনে সিজনৰ হাত ধৰিব লাগিব।” খবৰ অনুসৰি, বিস্ফোৰণৰ ফলত দুজন লোকৰ মৃত্যু হয়।