কাশ্মীৰত ট্ৰাল এনকাউণ্টাৰত ২ জন সন্ত্ৰাসবাদী নিহত: আৰক্ষী

pc Hindustan Times

কাশ্মীৰত ট্ৰাল এনকাউণ্টাৰত ২ জন সন্ত্ৰাসবাদী নিহত: আৰক্ষী

ৰঙিলী বাৰ্ত্তাসেৱা-   জম্মু-কাশ্মীৰৰ ট্ৰাল অঞ্চলত হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে লগতে কয় যে তেওঁলোক সন্ত্ৰাসবাদী সংগঠন আনছাৰ গজৱত-উল-হিন্দ আৰু লস্কৰ-ই-তৈবাৰ আছিল। “ট্ৰাললৈ স্থানান্তৰ হোৱাৰ আগতে দুয়োজন শ্ৰীনগৰ চহৰত কেইবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল যাৰ ভিতৰত আছে শেহতীয়াকৈ খানমোহত চৰপঞ্চহত্যা,” কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে কয়।