কালিৰ তুলনাত ভাৰতত নতুন  কৰʼনা সংক্ৰমণৰ ঘটনা প্ৰায় ৪০% অধিক

pc-WebMD

 কালিৰ তুলনাত ভাৰতত নতুন  কৰʼনা সংক্ৰমণৰ ঘটনা প্ৰায় ৪০% অধিক

অনলাইন বাৰ্ত্তাসেৱা– ভাৰতত ৪২,২৬৫ টা নতুন কৰʼনা সংক্ৰমণৰ  ঘটনা নথিভুক্ত কৰা হৈছে, যি কালিৰ পৰিসংখ্যাতকৈ প্ৰায় ৪০% অধিক। মহামাৰীয়ে এতিয়াও সক্ৰিয়ৰূপে দেশখনত বিয়পি আছে বুলি চৰকাৰে সতৰ্ক কৰি দিছিল । যোৱা ২৪ ঘণ্টাত ৫৬২ জনলোকৰ মৃত্যুৰ ফলত দেশত মৃত্যুৰ সংখ্যা ৪,২৫, ৭৫৭ লৈ বৃদ্ধি হৈছে।

(R.T)