কাবুল বিমানবন্দৰৰ ওচৰত বিস্ফোৰণত নিহত কেইবাজনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেৱাৰ সৈতে জড়িত সদস্য

pc MarketWatch

কাবুল বিমানবন্দৰৰ ওচৰত বিস্ফোৰণত নিহত কেইবাজনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেৱাৰ সৈতে জড়িত সদস্য

অনলাইন বাৰ্ত্তাসেৱা – কাবুল বিমানবন্দৰত হোৱা আক্ৰমণত নিহত হৈছিল “কেইবাজনো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেৱাৰ লগত জড়িত সদস্য”। এই আক্ৰমণটোত হোৱা আঘাতৰ বাবে আন কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্ত্তি কৰা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কেইবাজনো আফগান নাগৰিক এই জঘন্য আক্ৰমণৰ বলি হয় আৰু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ উপৰিও কালি কাবুলত বৃহস্পতিবাৰে দুটা বিস্ফোৰণ সংঘটিত হৈছিল।

(UD.)