কাটাৰে ৫-১১ বছৰ বয়সৰ লোকসকলৰ বাবে ফাইজাৰ কোভিড-১৯ ভেকছিন অনুমোদন

p.c. HindustantImes

কাটাৰে ৫-১১ বছৰ বয়সৰ লোকসকলৰ বাবে ফাইজাৰ কোভিড-১৯ ভেকছিন অনুমোদন

ৰঙিলী বাৰ্ত্তাসেৱা-  কাটাৰে ৫ ৰ পৰা ১১ বছৰ বয়সৰ শিশুৰ বাবে ফাইজাৰ-বায়োএনটেক কোভিড-১৯ ভেকছিনৰ অনুমোদন জনাইছে বুলি কাটাৰৰ স্বাস্থ্য মন্ত্ৰালয়ে কয়। যোৱা বছৰৰ নৱেম্বৰত, কাটাৰৰ চুবুৰীয়া বাহৰেইন আৰু চৌদি আৰবে একে বয়সৰ শিশুৰ বাবে জৰুৰীকালীন ব্যৱহাৰৰ বাবে ফাইজাৰ ভেকছিন অনুমোদন জনাইছিল। জনছ হপকিন্স বিশ্ববিদ্যালয়ৰ কোভিড-১৯ ট্ৰেকাৰৰ মতে কাটাৰে ৩.৩৬ লাখৰো অধিক কৰোনা ভাইৰাছ ৰোগীৰ প্ৰতিবেদন দিছে।