কলিকতাত ঘৰৰ ভিতৰতেই ২৬ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ; ১৫ লাখ লুণ্ঠন

pc DNA India.jpg

অনলাইন বাৰ্ত্তাসেৱা – আৰক্ষীয়ে জনোৱা মতে, কলিকতাত দুই-তিনিজন ডকাইতে এগৰাকী ২৬ বছৰীয়া মহিলাক দলবদ্ধ ধৰ্ষণ কৰে। মহিলাগৰাকীৰ ঘৰত প্ৰৱেশ কৰে আৰু ১৫ লাখ টকাও লুট কৰি নিয়ে। যেতিয়া অভিযুক্তজনে ঘৰত প্ৰৱেশ কৰে তেতিয়া মহিলাগৰাকী অকলে আছিল। আৰক্ষীৰ অভিযোগৰ ভিত্তিত, মহিলাগৰাকীয়ে ডকাইতকেইটাক টকা চুৰি কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল কিন্তু সিহঁতে তাইক বান্ধি থৈছিল আৰু ধৰ্ষণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।

(UD.)