কভাক্সিন কেৱল তেওঁলোকক হে দিব লাগিব যাক অসমত দ্বিতীয় পালিৰ প্ৰয়োজন

pc DNA India

অনলাইন বাৰ্ত্তাসেৱা – পৰ্যাপ্ত সামগ্ৰী উপলব্ধ নোহোৱালৈকে অসমৰ স্বাস্থ্য বিভাগে কভাক্সিনৰ প্ৰথম পালিটো স্থগিত ৰাখিছে। শুক্ৰবাৰে এই সিদ্ধান্তৰ লগে লগে ৰাজ্যখনত কাৰফিউ এক ঘণ্টা শিথিল কৰা হয় আৰু কোভিডি-19 পজিটিভ লোকসকলৰ বাবে হোম-আইচ’লেচনৰ অনুমতি দিয়া নহয়।

        ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই কয়, “আমি প্ৰায় এসপ্তাহৰ ভিতৰত 18-44 বছৰ বয়সৰ লোকসকলৰ বাবে 50,000 কভাক্সিন পালিৰ এটা গোট(batch) আশা কৰি আছোঁ। আমাৰ ওচৰত প্ৰায় 20,000 পালি আছে কিন্তু যিসকলে 42 দিনৰ ভিতৰত দ্বিতীয়টো পালি প্ৰাপ্ত কৰিব লাগা আছে তেওঁলোকক অগ্ৰাধিকাৰ দিছো”।