কপিল শৰ্মা শ্ব’ৰ দলটোৱে তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ আগে আগে কৰাইছে টিকাকৰণ

pc ANI News

অনলাইন বাৰ্ত্তাসেৱা – ‘দ্য কপিল শৰ্মা শ্ব’ৰ সদস্যসকলে তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ আগা আগে নিজকে কোভিড-১৯ ৰ বাবে টিকাকৰণ কৰাইছিল। কপিল শৰ্মাই ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছিল য’ত ভাৰতী সিং, ক্ৰ ুষ্ণা অভিষেক, চন্দন প্ৰভাকৰ, কিকু শাৰদা আৰু সুদেশ লেহৰী – এই সকলোকে দেখা গৈছে। প্ৰতিবেদন অনুসৰি এইটো অহা মাহৰ শেষৰ ফালে আৰম্ভ কৰা হ’ব।

(UD.)