কঙ্কনাই এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে

Pc The Week

কঙ্কনাই এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  কঙ্কনা সেনশৰ্মাই এছিয়ান একাডেমী ক্ৰিয়েটিভ এৱাৰ্ডছত ‘আজিব দস্তানচ: গিলি পুচ্চি’ নামৰ সংকলন চলচ্চিত্ৰখনৰ বাবে মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী লাভ কৰিছিল। ইফালে, অম্ৰুতা সুভাষক ‘বম্বে বেগমছ’ত লিলিৰ চৰিত্ৰৰ বাবে সহকাৰী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। অম্ৰুতাই টুইটাৰযোগে বঁটা প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছিল, “মোৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় বঁটা।”