কংগ্ৰেছ আৰু অখিল গগৈৰ সংঘাত

pc Outlook India

কংগ্ৰেছ আৰু অখিল গগৈৰ সংঘাত

অনলাইন বাৰ্ত্তাসেৱা – উপ-নিৰ্বাচনৰ প্ৰসংগত অখিল গগৈয়ে দিয়া পৰামৰ্শ পোনচাটেই নাকচ কংগ্ৰেছৰ। তুংগত উঠিছে কংগ্ৰেছ আৰু অখিল গগৈৰ সংঘাত। কংগ্ৰেছক পৰামৰ্শ দিয়াৰ আৰু ধৃষ্টতা নকৰিব সকীয়নি। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পিছত অখিল গগৈক সকীয়নি কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰৰ।