কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ ৰূপজ্যোতি কুৰ্মীৰ

pc Prag News

অনলাইন বাৰ্ত্তাসেৱা – আজি বিধায়ক পদ ত্যাগ কৰে ৰূপজ্যোতি কুৰ্মীয়ে। সোমবাৰে বিজেপিত যোগদান কৰিব ৰূপজ্যোতি কুৰ্মীয়ে।  তেখেতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত দাখিল কৰিলে পদত্যাগ পত্ৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ইতিমধ্যে ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে।
সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ৰূপজ্যোতি কুৰ্মীয়ে যোগদান কৰিব বিজেপিত। APCCৰ সভাপতি ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে প্ৰদেশ কংগ্ৰেছক শেষ কৰিলে বুলি মন্তব্য কৰে কুৰ্মীয়ে।