ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে এন ডি এফ বিৰ সন্ত্ৰাসবাদী এম বাথাই

pc-youtube

অনলাইন বাৰ্ত্তাসেৱা- ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত আত্মসমৰ্পণ কৰিলে এম বাথাই ।লগতে আন কেইবাজনো এন ডি এফ বি সদস্যৰ আত্মসমৰ্পণ।বাথাক মূলখুটিলৈ ঘূৰি অহাত আদৰণি জনাইছে গাঁওবাসীয়ে। ইতিমধ্যে লালপানী আৰক্ষী থানালৈ নিয়া হৈছে এম বাথাক।