এ.টি.এম.ৰ নগদ ধন শেষ হ’লে বেঙ্কে জৰিমনা পৰিশোধ কৰিবঃ আৰ.বি.আই.

pc Newsstore24

এ.টি.এম.ৰ নগদ ধন শেষ হ’লে বেঙ্কে জৰিমনা পৰিশোধ কৰিবঃ আৰ.বি.আই.

অনলাইন বাৰ্ত্তাসেৱা – আৰ.বি.আই.য়ে প্ৰকাশ কৰে যে ১ অক্টোবৰ, ২০২১-ৰ পৰা, যদি এ.টি.এম.বোৰৰ নগদ ধন শেষ হয় তেন্তে ই বেংক আৰু হোৱাইট লেবেল এ.টি.এম. অপাৰেটৰৰ ওপৰত জৰিমনা আৰোপ কৰিব। “এমাহত দহ ঘণ্টাতকৈ অধিক সময়ৰ যিকোনো এ.টি.এম.ত নগদ ধন শেষ হ’লে প্ৰতি এ.টি.এম.ৰ পৰা ১০,০০০ টকা জৰিমনা আৰোপ কৰা হ’ব,” আৰ.বি.আই.য়ে কয়। হোৱাইট লেবেল এ.টি.এম.ৰ ক্ষেত্ৰত, বেঙ্কক জৰিমনা আদায় কৰা হ’ব।

(UD.)