এয়াৰ ইণ্ডিয়া ৬৯ বছৰৰ পিছত আনুষ্ঠানিকভাৱে টাটা গ্ৰুপক হস্তান্তৰ 

p.cDNA India

এয়াৰ ইণ্ডিয়া ৬৯ বছৰৰ পিছত আনুষ্ঠানিকভাৱে টাটা গ্ৰুপক হস্তান্তৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণৰ প্ৰায় ৬৯ বছৰ পিছত বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে টাটা গ্ৰুপক হস্তান্তৰ কৰা হয়। হস্তান্তৰৰ পূৰ্বে TATA Sonsৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। টাটা গ্ৰুপে ১৯৩২ চনত প্ৰতিষ্ঠা কৰা এয়াৰলাইনটো ১৮,০০০ কোটি টকাত ক্ৰয় কৰাৰ নিবিদা জিকিছিল। ২,৭০০ কোটি টকাৰ নগদ পৰিশোধ সম্পূৰ্ণ কৰিছে।