এম কে ষ্টালিনে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে

Pc the new indian Express

এম কে ষ্টালিনে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰে

ৰঙিলী বাৰ্ত্তাসেৱা-  তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল আৰু  শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ পৰিপ্ৰেক্ষিতত শ্ৰীলংকাৰ তামিলসকলক মানৱীয় সাহায্য প্ৰদান কৰিবলৈ কেন্দ্ৰৰ অনুমোদন বিচাৰিছিল। প্ৰতিবেদন অনুসৰি তেওঁ তামিলনাডুৰ পৰা শ্ৰীলংকালৈ খাদ্য আৰু ঔষধকে ধৰি সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ প্ৰস্তাৱ দিছিল। ষ্টেলিনে দক্ষিণৰ ৰাজ্যখনত উন্নয়নমূলক প্ৰকল্পৰ বিষয়টোও উত্থাপন কৰিছিল।