এনআইএয়ে ২০২১ চনৰ জালালাবাদ বোমা বিস্ফোৰণ গোচৰত ৬ জনৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল 

pc The Indian experss

এনআইএয়ে ২০২১ চনৰ জালালাবাদ বোমা বিস্ফোৰণ গোচৰত ৬ জনৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল 

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২১ চনৰ ছেপ্টেম্বৰত পঞ্জাৱৰ জালালাবাদত সংঘটিত বোমা বিস্ফোৰণৰ সন্দৰ্ভত খলিস্তানি অপাৰেটিভ লাখবীৰ সিং ৰোডেকে ধৰি ছয়জন লোকৰ বিৰুদ্ধে এন আই এয়ে অভিযোগনামা দাখিল কৰিছে। ঘটনাটোত এজন লোক নিহত হৈছিল। ইয়াৰ আগতে, দলটোৱে ফিৰোজপুৰ চহৰত এখন গাড়ী আৰু কেইখনমান দোকান জ্বলাই দিছিল, এনআইএয়ে কয়।