এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই

Pc EastMojo Assam

এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই

ৰঙিলী বাৰ্ত্তাসেৱা-  জয়ৰ ধাৰা অব্যাহত ৰাখি এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ লাভলীনা বৰগোহাঁই।জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান এলিট বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতীয় বক্সাৰ লাভলিনা বৰগোহাইন, আলফিয়া পাঠান, মিনাক্ষী আৰু পাৰবীনে প্ৰৱেশ কৰিছে।
টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী লাভলীনাই তেওঁৰ ৭৫ কিল’গ্ৰাম ছেমি ফাইনেল বাউটত দক্ষিণ কোৰিয়াৰ চেয়ং চুয়নৰ বিৰুদ্ধে ৫:০ গ’লত বিজয় অৰ্জন কৰে।