এইমছ দিল্লীয়ে ভাৰত বায়োটেকৰ ইণ্ট্ৰানেজাল কোভিড-১৯ ভেকছিনৰ বুষ্টাৰ পালি পৰীক্ষণ আৰম্ভ কৰিব

pc mint

এইমছ দিল্লীয়ে ভাৰত বায়োটেকৰ ইণ্ট্ৰানেজাল কোভিড-১৯ ভেকছিনৰ বুষ্টাৰ পালি পৰীক্ষণ আৰম্ভ কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা-  অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্স (এইমছ), দিল্লীয়ে শুক্ৰবাৰৰ পৰা ভাৰত বায়োটেকৰ ইণ্ট্ৰানেজাল কোভিড-১৯ ভেকছিনৰ বুষ্টাৰ পালি পৰীক্ষণ আৰম্ভ কৰিবলৈ সাজু হৈছে। কেৱল কভিশ্বিল্ড বা কভাক্সিনৰ দুয়োটা পালি নিম্নতম পাঁচ আৰু সৰ্বাধিক সাত মাহ আগতে প্ৰাপ্ত কৰা লোকহে বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ যোগ্য, এইমছৰ ডাঃ সঞ্জয় ৰায়ে কয়।