এইচডিএফচি বেঙ্কক 8 মাহৰ নিষেধাজ্ঞাৰ পিছত নতুন ক্ৰেডিট কাৰ্ড জাৰী কৰিবলৈ অনুমতি দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে

pc Mint

এইচডিএফচি বেঙ্কক 8 মাহৰ নিষেধাজ্ঞাৰ পিছত নতুন ক্ৰেডিট কাৰ্ড জাৰী কৰিবলৈ অনুমতি দিয়ে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত ঋণদাতা এইচডিএফচি বেংকে নিশ্চিত কৰে যে আঠ মাহৰ নিষেধাজ্ঞাৰ পিছত আৰ.বি.আই.য়ে নতুন ক্ৰেডিট কাৰ্ড জাৰী কৰিবলৈ অনুমতি দিছে। অৱশ্যে, বেঙ্কটোৱে লগতে প্ৰকাশ কৰে যে ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দ্বাৰা পৰৱৰ্তী পৰ্যালোচনা নোহোৱালৈকে নতুনকৈ আৰম্ভ কৰিব খোজা ডিজিটেল কাৰ্যসূচীবোৰৰ ওপৰত প্ৰতিবন্ধকতা অব্যাহত থাকিব। 2020ৰ ডিচেম্বৰ মাহত আৰ.বি.আই.য়ে এইচ.ডি.এফ.চি.-ৰ ইণ্টাৰনেট বেঙ্কিং সেৱাত বিভ্ৰান্তিৰ বাবে এই নিষেধাজ্ঞাবোৰ আৰোপ কৰিছিল।

(UD.)