এইখন চিনেমা নিৰ্বাচন নহয়: যশ

এইখন চিনেমা নিৰ্বাচন নহয়: যশ

ৰঙিলী বাৰ্ত্তাসেৱা- বক্স অফিচত তেওঁৰ ছবি ‘কেজিএফ: চেপ্টাৰ ২’ আৰু ‘বিষ্ট’ৰ মাজত সংঘৰ্ষৰ বিষয়ে বক্তব্য ৰাখি যশে কয়, “এইটো ‘কেজিএফ’ আৰু ‘বিষ্ট’ হ’ব লাগিব, ‘কেজিএফ’ বনাম ‘বিষ্ট’ নহয়। এইটো নিৰ্বাচন নহয়…, য’ত আপুনি যিকোনো এটাৰ বাবে ভোট দিব লাগিব, বা দুয়োজনৰ এজনে বিফল হ’ব লাগে। এয়া চিনেমা।” “বিজয় চাৰ হৈছে… এজন বিশাল তাৰকা আৰু আমি তেওঁক সন্মান কৰা উচিত,” তেওঁ লগতে কয়।