উৰিষ্যা আৰু হকী সমাৰ্থক শব্দ যেন হৈ পৰিবঃ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

pc India TV News

উৰিষ্যা আৰু হকী সমাৰ্থক শব্দ যেন হৈ পৰিবঃ মুখ্যমন্ত্ৰী নবীন পাটনায়কে

অনলাইন বাৰ্ত্তাসেৱা – উৰিষ্যা চৰকাৰে আগন্তুক ১০ বছৰ ধৰি ভাৰতীয় পুৰুষ আৰু মহিলা ৰাষ্ট্ৰীয় হকী দল দুটাক পৃষ্ঠপোষকতাত ৰাখিব বুলি উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে  এনেদৰে প্ৰকাশ কৰে। উৰিষ্যা চৰকাৰখনে ২০১৮ চনৰ পৰা ভাৰতীয় হকী দলসমূহক আনুষ্ঠানিকভাৱে পৃষ্ঠপোষকতা কৰি আহিছে। মুখ্যমন্ত্ৰী পাটনায়কে কয় যে যে উৰিষ্যা আৰু হকী সমাৰ্থক শব্দ যেন হৈ পৰিব (I believe Odisha and hockey are destined to become synonymous”)।

(UD.)