উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰকৰ জালত চৰকাৰী বিষয়া

উৎকোচ লৈ পুনৰ দুৰ্নীতি নিবাৰকৰ জালত চৰকাৰী বিষয়া

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যত অব্যাহত আছে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযান।পুনৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত চৰকাৰী বিষয়া।৭০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ডিব্ৰুগড় জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক।৭০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্ঠ সহায়ক দিতিমণি গগৈ।লগতে পংকজ শইকীয়া নামৰ এজন দালালকো গ্ৰেপ্তাৰ। ইফালে দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ পাছত ডিটিমণি গগৈয়ে নিজকে নিৰ্দোষী আখ্যা দি সাংবাদিকৰ আগত কয় যে,’ফচাইছে মোক, মই একো কৰা নাই।লাভ নাই, মই কাম কৰা মানুহ।নন ষ্টপ কাম কৰি আছিলো।’