উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিনামূলীয়া ৰেচন আঁচনি ৩ মাহলৈ বৃদ্ধি কৰিছে

pc India Today

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে বিনামূলীয়া ৰেচন আঁচনি ৩ মাহলৈ বৃদ্ধি কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা–  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নতুন কেবিনেটৰ প্ৰথমখন বৈঠকত ভাষণ দি ঘোষণা কৰে যে ৰাজ্য চৰকাৰে অহা তিনি মাহৰ বাবে বিনামূলীয়া ৰেচন আঁচনি সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে। “এই আঁচনিখনে ৰাজ্যখনৰ ১৫ কোটি লোকক লাভান্বিত কৰিব,” আদিত্যনাথে কয়। আঁচনিখনে প্ৰতি মাহে প্ৰতি ঘৰত অতিৰিক্ত পাঁচ কিলোগ্ৰাম খাদ্য শস্যৰ ব্যৱস্থা কৰে।