উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ উন্নয়নে ভাৰতৰ উন্নয়নত গতি প্ৰদান কৰে: প্ৰধানমন্ত্ৰী

pc.-Zeenews

উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ উন্নয়নে ভাৰতৰ উন্নয়নত গতি প্ৰদান কৰে: প্ৰধানমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ উন্নয়নে ভাৰতৰ উন্নয়নত গতি প্ৰদান কৰে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাবাঁকীত কয়। “উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ সামৰ্থ্যই ভাৰতৰ জনসাধাৰণৰ সামৰ্থ্য বৃদ্ধি কৰে। কিন্তু উত্তৰ প্ৰদেশত কেইবা দশক ধৰি ৰাজবংশমুখী চৰকাৰসমূহে উত্তৰ প্ৰদেশৰ সামৰ্থ্যৰ প্ৰতি ন্যায় প্ৰদান কৰা নাছিল,” তেওঁ লগতে কয়।