উত্তৰ প্ৰদেশত পিতৃক দৰমহা পৰিশোধ নকৰাৰ ফলত নিজেই হ’ল অগ্নিদগ্ধ

ETV Bharat

অনলাইন বাৰ্ত্তাসেৱা – এজন ব্যক্তিয়ে তেওঁৰ পিতৃক নিয়োগকৰ্তাগৰাকীয়ে দৰমহা পৰিশোধ নকৰাৰ অভিযোগত বিচলিত হৈ উত্তৰ প্ৰদেশৰ বুদাউনৰ বিকাশ ভৱন কমপ্লেক্সত নিজকে নিজকে অগ্নিদগ্ধ কৰি লয়। লোকজনক ৩০% ৰ পৰা ৩৫% আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ অভিযোগ কৰা মতে তেওঁৰ দেউতাকক কোনো কাৰণ নোহোৱাকৈ ডেৰ বছৰ আগতে চাকৰিৰ পৰা নিলম্বিত কৰা হৈছিল।

(UD.)