উত্তৰ প্ৰদেশত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন কৰমুক্ত

Pc The Hindu

উত্তৰ প্ৰদেশত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন কৰমুক্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ প্ৰদেশত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন কৰমুক্ত কৰা হ’ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই চলচ্চিত্ৰখন কৰমুক্ত কৰিবলৈ নিৰ্দেশনা দিছে। লগতে মুখ্যমন্ত্ৰীয়ে যোগীয়ে তেওঁৰ সমগ্ৰ কেবিনেটৰ সৈতে ১২ মে’ত লক্ষ্ণৌত ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰখন চাব। ইয়াৰ পূৰ্বে মধ্য প্ৰদেশৰ বিজেপি চৰকাৰে ‘দ্য কেৰালা ষ্টৰী’ চলচ্চিত্ৰক ৰাজ্যখনত কৰমুক্ত কৰিছিল। এতিয়া উত্তৰ প্ৰদেশৰ চৰকাৰেও একে ধৰণৰ সিদ্ধান্ত লৈছে।