উত্তৰাখণ্ডত ৰেলৰ খুন্দাত নিহত ২ টা হাতী

pc Times of India

উত্তৰাখণ্ডত ৰেলৰ খুন্দাত নিহত ২ টা হাতী

উত্তৰাখণ্ডৰ উধম সিং নগৰত ৰে’লৰ খুন্দাত এটা মাইকী হাতীৰ লগতে এটা পোৱালীৰ মৃত্যু হোয় আৰু ইয়াৰ পিছতে হাতীৰ এটা জাকে ৰেলচলাচল অৱৰোধ কৰিছিল। বন বিভাগৰ এজন বিষয়াই কয়, “জাকটোৰ বাকী হাতীবোৰৰ খং উঠিছিল আৰু মৃতদেহবোৰ ঘেৰি ধৰিছিল।” তেওঁ লগতে কয়, “আমি অলপ সময় অপেক্ষা কৰিছিলো আৰু তাৰ পিছত সিহঁতক ট্ৰেকৰ পৰা আঁতৰাই আনিছিলো।”

(UD.)