ঈশান খট্টৰ অভিনীত ‘পিপ্পা’ ডিচেম্বৰ৯,২০২২ ত মুক্তি পাব

Pc Times Of India

ঈশান খট্টৰ অভিনীত ‘পিপ্পা’ ডিচেম্বৰ৯,২০২২ ত মুক্তি পাব

ৰঙিলী বাৰ্ত্তাসেৱা-  ঈশান খট্টৰ, মৃণাল ঠাকুৰ আৰু প্ৰিয়ংশু পেইনয়ুলি অভিনীত ‘পিপ্পা’ৰ নিৰ্মাতা সকলে ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ ৫০ তম বাৰ্ষিকীত ছবিখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে। ছবিখন ৯ ডিচেম্বৰ, ২০২২ তাৰিখে ছবিগৃহত মুক্তি পোৱাৰ কথা আছে। ছবিখনত ঈশানক অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলৰাম সিং মেহতাৰ হিচাপে দেখুওৱা হ’ব, যিয়ে ১৯৭১ চনৰ গৰিবপুৰৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে যুঁজ দিছিল।