ইৰাণৰ বিদ্যালয়ত সামৰিক জেট দুৰ্ঘটনাগ্ৰস্ত

pc.NDTv.com

ইৰাণৰ বিদ্যালয়ত সামৰিক জেট দুৰ্ঘটনাগ্ৰস্ত

ৰঙিলী বাৰ্ত্তাসেৱা-  ইৰাণৰ দ্বাৰা ব্যৱহৃত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্মিত এফ ৫ সামৰিক জেট এখন তাব্ৰিজ চহৰৰ এখন বিদ্যালয়ৰ দেৱালত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তিনিজন লোক নিহত হয়। মৃতসকলৰ ভিতৰত বিমানখনৰ দুজন পাইলট আৰু এজন অসামৰিক লোক আছিল যিয়ে গাড়ী চলাই আছিল। সেনাই কৈছিল যে দুৰ্ঘটনাৰ সময়ত বিদ্যালয়খন বন্ধ আছিল।