ইণ্ডোনেছিয়াৰ ‘বালি’ নামৰ ঠাইত যাত্ৰীবাহী ফেৰী ডুব যোৱাৰ ফলত নিহত ৬ জন

pc New Straits Time

অনলাইন বাৰ্ত্তাসেৱা – বিষয়াসকলে প্ৰকাশ কৰা অনুসৰি জানিব পৰা গৈছে যে ইণ্ডোনেছিয়াৰ “বালি” নামৰ ঠাইত মঙলবাৰে ৫৬ জন লোকৰ সৈতে এখন যাত্ৰীবাহী ফেৰী ডুবি যোৱাৰ ফলত ৬ জন লোক নিহত হয় আৰু আন ৬ জন সন্ধানহীন হয়। “ঢৌবোৰৰ উচ্চতা আছিল অধিক, সন্ধিয়া দুৰ্ঘটনাটোৰ সময়ত বতৰ আছিল বৰ অনুকূল,” এজন বিষয়াৰ পৰা জানিব পৰা গৈছে। এতিয়ালৈকে ৪৪ জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে।