ইণ্ডিয়ান আইডল ১২ ফাইনেলঃ শ্ব’টোত যোগদান কৰিব পূৰ্বৰ বিজয়ীসকলে

pc AuditionFrom

অনলাইন বাৰ্ত্তাসেৱা – যিহেতু ইণ্ডিয়ান আইডল-১২ ইয়াৰ অন্তিম পৰ্যায়ৰ দিশে আগবাঢ়িছে, এই জনপ্ৰিয় ৰিয়েলিটি শ্ব’ৰ নিৰ্মাতাসকলে ইয়াক সফলতাৰ প্ৰচেষ্টাত কোনো ধৰণৰ ক্ষুত এৰা নাই। অনুৰাগীসকলে অন্তিম খণ্ডৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। ইয়াৰ প্ৰিমিয়াৰ হ’ব আগষ্টৰ ১৫ তাৰিখে। প্ৰতিবেদন অনুসৰি, অন্তিম খণ্ডটো এটা ১২ ঘণ্টিয়া অনুষ্ঠান হ’বগৈ কিয়ণো বহুতো অতিথি প্ৰদৰ্শক আৰু পূৰ্বৰ ছিজনৰ প্ৰতিযোগী এই খণ্ডটোৰ অংশ হোৱাৰ সম্ভাৱনা আছে।

(UD.)