ইছলামাবাদত ভাৰতীয় উচ্চ আয়োগত দেখা গৈছে ড্ৰোন

pc Times of India

অনলাইন বাৰ্ত্তাসেৱা – ইছলামাবাদত ভাৰতীয় উচ্চ আয়োগত চৌহদৰ ওপৰেৰে দেখা পোৱা এটা ড্ৰোনে মিছনটোত অনুষ্ঠিত হোৱা এটা কূটনৈতিক অনুষ্ঠানৰ বিৱৰণ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছিল। ভাৰতে উচ্চ আয়োগ চৌহদত নিৰাপত্তা উলংঘনক লৈ মৌখিক ভাৱে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ দাখিল কৰিছিল।

(UD.)