ইউৰো-২০২০ৰ ফাইনেলত প্ৰৱেশ ইটালীৰ

pc Vodplug

অনলাইন বাৰ্ত্তাসেৱা – ইউৰো ২০২০ ৰ ছেমি ফাইনেলত ইটালীয়ে পেনাল্টিত স্পেইনক ৪-২ গ’লত পৰাস্ত কৰি চতুৰ্থবাৰৰ বাবে ইউৰো ফাইনেলত উপনীত হয়। ৬০ মিনিটত ফৰৱাৰ্ড ফেডেৰিকো চিয়েছাৰ এটা গ’লৰ পিছত ইটালীয়ে ১-০ ৰ অগ্ৰগতি লাভ কৰিছিল। ৮০ মিনিটত আলভাৰো মোৰাতাৰ এটা গ’লৰ সৈতে স্পেইনে ইটালীৰ সৈতে সমতা অৰ্জন কৰে। ফাইনেলত ইটালীৰ ইংলেণ্ড বা ডেনমাৰ্ক।