ইউক্ৰেইন সীমান্তত ৪০%-৫০% ৰাছিয়ান বাহিনী এতিয়া আক্ৰমণৰ স্থিতিত আছে: আমেৰিকা যুক্তৰাষ্ট্ৰ

pc los angeles times

ইউক্ৰেইন সীমান্তত ৪০%-৫০% ৰাছিয়ান বাহিনী এতিয়া আক্ৰমণৰ স্থিতিত আছে: আমেৰিকা যুক্তৰাষ্ট্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ইউক্ৰেইন সীমান্তত আনুমানিক ৪০% ৰ পৰা ৫০% ৰাছিয়াৰ স্থল বাহিনী এতিয়া আক্ৰমণৰ স্থিতিত আছে, এজন আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়াই কয়। ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কৈছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওচৰত “কেইবাটাও বিকল্প উপলব্ধ আছে আৰু তেওঁ চমু ক্ৰমত আক্ৰমণ কৰিব পাৰে।”