ইংলেণ্ডত অনুস্থিত হোৱা টেষ্ট মেচৰ শৃংখলাত যোৱা মেচখনত পৰাজয় ভাৰতৰ

pc Dariya News

ইংলেণ্ডত অনুস্থিত হোৱা টেষ্ট মেচৰ শৃংখলাত যোৱা মেচখনত পৰাজয় ভাৰতৰ

অনলাইন বাৰ্ত্তাসেৱা – লিড্ছ টেষ্টৰ চতুৰ্থ দিনা ইংলেণ্ডে ভাৰতক ইনিংছ আৰু ৭৬ ৰাণত পৰাস্ত কৰি পাঁচখন খেলৰ শৃংখলা ১-১ ত  সমতা অৰ্জন কৰিছিল। তিনি বছৰৰ পিছত টেষ্ট মেচত এইটো ভাৰতৰ প্ৰথম পৰাজয়। ভাৰতৰ টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমবাৰৰ বাবে পৰাজিত হৈছিল ২০১৮ চনত, লৰ্ডছত এটা ইনিংছ আৰু ১৫৯ ৰাণত পৰাজিত হৈছিল।

(UD.)