আৰ.এছ.এছ. জনসংঘই ১৯৭৫ চনত দুটা সন্তান নীতিৰ বিৰোধিতা কৰিছিলঃ ৰাজস্থানৰ মন্ত্ৰী, প্ৰতাপ সিং

pc Indian Express.jpg

অনলাইন বাৰ্ত্তাসেৱা – ৰাজস্থানৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সিং খাচৰিয়াৱাছে প্ৰকাশ কৰে যে বিজেপি, জনসংঘ আৰু আৰ.এছ.এছে. ১৯৭৫ চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিয়া ‘হম দো হামাৰে দো’ শ্ল’গানৰ বিৰোধিতা কৰিছিল। “যদি সেই সময়ত নীতিটো প্ৰৱৰ্তন কৰা হ’লহেঁতেন তেন্তে জনসংখ্যা বিস্ফোৰণ আজি নহ’লহেঁতেন,” খাচাৰিয়াৱাছে এনেদৰে মন্তব্য কৰে।

(UD.)