আৰক্ষীৰ আদেশ অমান্য কৰাৰ বাবে ওৱাইচিৰ মুম্বাই ৰেলীৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ

Pc the indian Express

আৰক্ষীৰ আদেশ অমান্য কৰাৰ বাবে ওৱাইচিৰ মুম্বাই ৰেলীৰ আয়োজকসকলৰ বিৰুদ্ধে এজাহাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  আৰক্ষীয়ে  মুম্বাইত অনুষ্ঠিত এআইএমআইএমৰ মুৰব্বী আসাদুদ্দিন ওৱাইচিৰ ৰেলীৰ আয়োজক সকলৰ বিৰুদ্ধে কোভিড-১৯ ৰ নিয়ম উলংঘা কৰা আৰু চিআৰপিচিৰ ১৪৪ ধাৰা অমান্য কৰাৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰিছে, এজন বিষয়াই কয়। মুম্বাই আৰক্ষীয়ে সপ্তাহান্তত চিআৰপিচিৰ ধাৰা ১৪৪ জাৰি কৰিছিল, কোভিড-১৯ৰ নতুন ওমাইক্ৰন প্ৰকাৰৰ প্ৰতি লক্ষ্য ৰাখি বৃহৎ সমাৱেশ নিষিদ্ধ কৰিছিল।