আমেৰিকা যুক্তৰাষ্ট্ৰৰ শেহতীয়া কোভিড-১৯ৰ ৯৯ শতাংশৰ মৃত্যুৰ বাবে দায়ী  টিকাকৰণ নোহোৱা লোকসকল

pc Yahoo Finance

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকাৰ শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ এন্থনি ফাউচিয়ে কয় যে শেহতীয়া কোভিড-১৯ৰ ফলত হোৱা মৃত্যুৰ ভিতৰত প্ৰায় ৯৯.২%ৰ মৃত্যুৰ লগত জড়িত আছিল আমেৰিকাত টিকাকৰণ নোহোৱা লোক।  আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ আটাইতকৈ অধিক কৰোনাভাইৰাছৰ দ্বাৰা ক্ষতিগ্ৰস্ত দেশ যাৰ য’ত ৩.৩৭ কোটিতকৈ অধিক সংক্ৰমণ আৰু ৬.০৫ লাখতকৈও অধিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে।

(UD.)