আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব ‘এণ্টনি ব্লিঙ্কেনে’ দিল্লীত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে

pc-The New Indian Express

অনলাইন বাৰ্ত্তাসেৱা – প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ উপলক্ষে দিল্লীত উপস্থিত হোৱা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনক সাক্ষাৎ কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে টুইট যোগে প্ৰকাশ কৰে, “ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৌশলগত অংশীদাৰীত্ব শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ দৃঢ় প্ৰতিশ্ৰুতিক মই আদৰণি জনাইছো, যি আমাৰ অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধত আৱদ্ধ আৰু বিশ্বব্যাপী হিতৰ বাবে এক শক্তি।” ব্লিঙ্কেনে পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰক লগ কৰিছিল।

(UD.)