আমেৰিকাত প্ৰথমবাৰৰ বাবে নিশ্চিত কৰা হৈছে হৰিণাৰ দেহত কৰোনাভাইৰাছৰ সংক্ৰমণ

pc Yahoo News Singapore

আমেৰিকাত প্ৰথমবাৰৰ বাবে নিশ্চিত কৰা হৈছে হৰিণাৰ দেহত কৰোনাভাইৰাছৰ সংক্ৰমণ

অনলাইন বাৰ্ত্তাসেৱা – আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে নিশ্চিত কৰিছে হৰিণৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথমটো কোভিড-১৯ সংক্ৰমণৰ ঘটনা। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগে (ইউ.এছ.ডি.এ.) ওহাইঅ’ৰ বনৰীয়া বগা নেজৰ হৰিণৰ শৰীৰত কোভিড-১৯ সৃষ্টি কৰা ভাইৰাছ এছ.এ.আৰ.এছ.-চি.ও.ভি.-2-ৰ সংক্ৰমণৰ প্ৰতিবেদন দিছিল। হৰিণৰ সংক্ৰমণৰ লক্ষণ দেখুওৱাৰ কোনো খবৰ পোৱা হোৱা নাই, ইউ.এছ.ডি.এ.-য়ে কয়।

(UD.)